DNN24 Assam (@Dnn24Assam) header
DNN24 Assam (@Dnn24Assam) profile picture

ভাৰত আৰু ইয়াৰ ঐক্যৰ ধাৰণাটোক দেশখনত সিঁচৰতি হৈ থকা কাহিনীৰ মাধ্যমেৰে আৱিষ্কাৰ কৰাৰ প্ৰয়াস, 'কহানীয়া হিন্দুস্তান কি '। Follow @DNN24Network, @Dnn24Urdu

Assam
Joined February 2023
১০ জনীয়া দলৰ সৈতে ঊলৰ চুৱেটাৰ, মোজা আৰু টুপীৰ বিপণন কৰি আছে শাহাৰ বানোৱে সৌজন্য: @awaz_thevoice #ShaharBano #Kargil #LadakhHandicrafts #WomenEntrepreneurs #DNN24Assam
3
SHRESHTA ২০২৭: নৱম আৰু একাদশ শ্ৰেণীত পাব ভৰ্তি, জানক কেনেকৈ আবেদন কৰিব #SHRESHTA2027 #Admission2027 #DNN24Assam
2
ডিজাইন অধিক হ’লে এক সপ্তাহতকৈও অধিক সময় লাগি যায়। সৌজন্য: @awaz_thevoice #NeelamWeaver #KashmiriPashmina #HandloomWeaving #KashmirCrafts #DNN24Assam
2
জেবা: ৰক্ষণশীলতাক প্ৰত্যাহ্বান জনোৱা যুৱ কণ্ঠ — আইনী কেৰিয়াৰ আৰু টিভিত উপস্থিতি সম্পূৰ্ণ ভিডিঅ’ চাবলৈ ইয়াত টিপক: youtube.com/watch?v=qsE01xx2… সৌজন্য: @awaz_thevoice #WomenInJournalism #SocialJournalism #DNN24Assam
8
১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতে নিজৰ সংবিধান গ্ৰহণ গ্ৰহণৰ ৭৭ বছৰ পূৰ্ণ হোৱাৰ এই সময়ত, আহক আমি ড° বি.আৰ. আম্বেদকাৰ আৰু সংবিধান সভাৰ সদস্যসকলক সোঁৱৰোঁ। #ConstitutionDay #SamvidhanDiwas #ConstitutionOfIndia #WeThePeople #BRAmbedkar #IndianDemocracy #UnityInDiversity #DNN24Assam
6
পঞ্জাবৰ হৰিকে আৰ্দ্ৰভূমি আকৌ এবাৰ প্ৰকৃতিপ্ৰেমীক আদৰিবলৈ সাজু। সেউজীয়া উপত্যকা, শান্ত পানী আৰু দূৰ-দূৰণিৰ পৰা অহা অতিথি চৰাইৰ মাজত এই উৎসৱ প্ৰকৃতিৰ লগত সংযুক্ত হোৱাৰ এক সুন্দৰ সুযোগ। #HarikeWetland #MigratoryBirds #DNN24Assam
6