𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
Driving a military vehicle with a military license in a civilian area- is that illegal? She needs to know the rules better. @CMOfficeAssam @himantabiswa My dear Himanta Da ,please send this DSP for a refresher course and penalise her for not knowing the rules and humiliating a soldier.
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
A huge THANK YOU to my incredible #GautiGang! ❤️
It's okay that we didn't win the show. As I always say, life is also about Rises and Falls. Winning isn't everything, and one result can never define our worth.
What matters is believing in ourselves, staying strong, keeping our focus on rising, and moving forward with our heads held high. Every fall is an opportunity to rise even stronger!
Thank you for standing by me, believing in me, showering me with immense love, and supporting me throughout this journey. Your loyalty and love mean more than any trophy. ❤️
Let's keep believing, keep growing, and keep rising. This is not the end; it's just beginning of another chapter in life!
#GautiGang Forever ❤️
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
Dear Rahul ji, Rose Valentine’s Day पर देते हैं, Diwali पर नहीं।
खैर, BJP will see you in Parliament 🌹
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
তুমি দিয়া নীলা শাৰীখনৰ আঁৰত
এটি আবেলি লুকাই আছিল,
আৰু তোমাৰ আঙুলিৰ ফাঁকেৰে
এপাহ গোলাপ হৈ নামি আহিছিল
মোৰ হৃদয়ৰ কোঠালৈ।
তুমি চুলিত গোলাপ এপাহ
গুজি দিওঁতে বতাহজাকে
কিবা এটা কৈছিল,
গছৰ পাতবোৰেও যেন
আমাৰ কথাবোৰ শুনি
মিচিকিয়াই হাঁহিছিল।
প্ৰেম জানো সদায় ডাঙৰ ডাঙৰ
প্ৰতিশ্ৰুতিৰ নাম?
কেতিয়াবা এপাহ ফুল হৈ
কাৰোবাৰ চুলিত ৰৈ যোৱাও
এটা জীৱনজোৰা কবিতা,
নহয় জানো!?
তোমাৰ চকুত আবেলিৰ ৰং,
মোৰ হাতত এজাক বতাহ,
আৰু মাজত এটি পথ,
য'ত খোজ কাঢ়ি যায় দুটি মন,
অথচ প্ৰকৃতিও নাজানে
আমাৰ গন্তব্য ক'ত!
সময় এদিন পাৰ হৈ যাব,
গোলাপৰ পাহিবোৰো সৰি পৰিব;
কিন্তু সেই মুহূৰ্তটো,
মোৰ চুলিত ফুল গুজি দিয়া
গোলাপৰ এই সৰু সৰু পাহিবোৰত
হয়তো আজীৱন জীয়াই থাকিব।🥀
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
🥀 সোণৰ আঙঠি পিন্ধিলেই আঙুলিটো সোণ হৈ নাযায়। ঠিক তেনেকৈ, কাৰোবাৰ সৈতে বহুদিনৰ সম্পৰ্ক থাকিলেই তেওঁ প্ৰকৃত আপোন হৈ নাযায়। সময়ৰ দৈৰ্ঘ্যতকৈ মানুহৰ সততা আৰু ব্যৱহাৰেহে সম্পৰ্কৰ গভীৰতা নিৰ্ধাৰণ কৰে..!!🥀
#শুভসন্ধ্যা 🌕🌿
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
🥀 একেডাল গছৰ ডালত ফুল আৰু কাঁইট দুয়োটাই থাকে। ফুলে সুবাস বিলায়, আৰু কাঁইটে আঘাত দিয়ে। ঠিক তেনেকৈ, একেটা পৰিয়ালৰ সকলো মানুহৰ চিন্তা আৰু স্বভাৱ একে নহয়। সেয়ে তেজৰ সম্পৰ্ক থাকিলেই মনবোৰ একে নহ'বও পাৰে....!🥀
#সুপ্ৰভাত 🌺🌿
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
Abuses never solve anything.
Let’s guide the misguided.
Let’s work together.
Let’s work for Bharat.
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
हामिद अंसारी
फ़ारूक़ अब्दुल्ला
और
अब ‘अविमुक्तेश्वरुद्दीन’
(ये शब्द अविमुक्तेश्वरानंद जी ने ही इस्तेमाल किया)
-बीच PODCAST light काटी
-Camera बंद करने की कोशिश
-टीम के mobile छीने
- सहयोगियों ने गालियां दी,धमकाया (सब कैमरा में रिकॉर्ड )
-महाराज जी ने स्वयं मुझे उग्र करने की धमकी दी
-बाहर निकल कर सहयोगियों ने हाथ मरोड़ा और देख लेने की धमकी दी।
लेकिन सारे सवाल TAP किए।
TAP का पहला PODCAST है।
Premiere कल Saturday 7 PM करूँगा।
धन्यवाद 🙏
Susbscribe TAP on YT
ये छोटी सा हिस्सा।
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
“भारत हमारी माता है, तो फिर बाप कौन है”
भैंसे जैसी इस महिला के इस सवाल पर एक Gen Z बेटी का जवाब सुनिए…
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
SHAMEFUL 🚨 CJP Supporters pelted stones on Delhi Police.
Police was just standing peacefully.
Same Delhi Police was protecting them since last one month.
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
This is the weather in Assam now.🌨️🌿🌦️
(আজি ৰাতি ফেন অফ কৰিব লগা অৱস্থা কাৰ কাৰ হৈছিল!!🙂)
#Assam #NorthEast
𝑺𝙠𝕪𝑳𝙚𝙚 ☄️ retweeted
तेरी!!
मोजुदगी कि
अब नहीं चाहत.....
मेरी यादों के पन्नों में
बेहिसाब है तू.....!!😏
#शुभसंध्या ❣️
















