May God give strength to each one of us. May truth prevail and justice be served. 🙏
#JusticeforZubeenGarg.
My full support is with everyone raising their voice through this peaceful protest and the collective demand for truth and justice. Distance may keep me away physically, but it can never keep me away from this cause.......
I may be away from Assam and unable to join you physically, but I will always stand with you Garima Bou the fight for justice for our beloved brother Zubeen Da.....
অপকৰ্ম বোৰ ইয়াতে বন্ধ কৰক, প্ৰকৃতিয়ে কাকো ক্ষমা নকৰে | এনেও ওপৰলে যাওঁতে খালী হাতেই যাব লাগিব আৰু পাপৰ ধন কোনেও খাই সাৰি যাব নোৱাৰে |
নেপালত এই দুৰ্যোগৰ সময়ত তাতে থকা সকলোকে ভগৱানে শক্তি আৰু সাহস দিয়ক |
মানৱ জাতিটোৱে প্ৰকৃতিৰ ওপৰত কৰা প্ৰতিটো অন্যায়ৰ বাবে ক্ষমা বিচাৰিছো
প্ৰকৃতিয়ে সকীয়নি দি দি ভাগৰি এতিয়া ৰূদ্ৰ মূৰ্ত্তি ধাৰণ কৰিছে | এতিয়াও যদি আমি প্ৰকৃতিৰ লগত খেলা বন্ধ নকৰো তেন্তে ধ্বংস হবলে সাজু হৈ থকাই ভাল, এনেও এটা এটা কৈ সকলো শেষ হবলৈ ধৰিছে |
যিমানেই ক্ষমতা, শক্তি, ধন-সম্পত্তি নাথাকক কিয়, প্ৰকৃতিত কৈ কোনো শক্তিশালী হব নোৱাৰে|
As mentioned above, you can send the relief goods to the address mentioned below. Kindly call at 9395454339 before coming.
House No - 24, Ground Floor
Below Chouka Restaurant
Rajgarh Bylane - 2
Sarania Hills,
You can join us tomorrow at 2:30pm, Baptist Church Fancy Bazar
বান সাহায্যৰ বাবে 🙏
Zublee Foundation
Account No: 33416010707
State Bank of India
Branch : SME Branch G S ROAD
IFSC Code : SBIN0012259
অনুগ্ৰহ কৰি আগবাঢ়ি আহক আৰু আমাৰ এই প্ৰচেষ্টাৰ অংশীদাৰ হওক। দুৰ্যোগত বিপদগ্ৰস্ত আমাৰ মানুহৰ কাষত থিয় হওঁ আহক। এই বাৰ্তাটো আপোনালোকৰ বন্ধু-বান্ধৱ, আত্মীয় স্বজন আৰু পৰিচিত সকলৰ সৈতে শ্বেয়াৰ কৰি অধিক লোকৰ ওচৰলৈ পঠিয়াবৰ বাবে সহায় কৰে যেন🙏
তুলিকাৰ আঁচোৰ ম্লান হ’ব পাৰে সময়ৰ সোঁতত,
কিন্তু অনুভৱৰ গভীৰতা নোহোৱা নহয় কেতিয়াও।
শিল্প আঁতৰাব পাৰি, স্মৃতি নহয়,
দেৱাল সলনি হ’ব পাৰে, হৃদয়ৰ অনুভৱ নহয়।
কাৰণ ইয়াত জীয়াই আছে আমাৰ ভালপোৱা আৰু অনুভূতিৰ ছাঁ।
“তই প্ৰতিজন অসমীয়াৰ কণত” 🙏❤️
নিয়তি সঁচাকৈয়ে বৰ নিষ্ঠুৰ।য’তে আছা, সুখত থাকা নিশামণি |ঈশ্বৰৰ আগত তোমাৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনালোঁ।এই অসহনীয় ক্ষতি সহিবৰ বাবে তোমাৰ পৰিয়ালৰ সকলোজনক শক্তি,সাহস আৰু ধৈৰ্য্য দিয়ক | আৰু এই দুৰ্ঘটনাত পতিত হোৱা আন সকলো সোনকালে আৰোগ্য হৈ উঠক এইয়াও মোৰ আন্তৰিক কামনা🙏
আপোনালোক সকলোয়ে নিশ্চয় জানে যে জুবিন দায়ে আমাৰ অসমৰ শিপিনী সকলে হাতে বোৱা গামোচা বৰ ভাল পায় আৰু সিমানেই বেয়া পায় বহিৰাগত মেচিনৰ গামোচা | গতিকে সকলোকে অনুৰোধ জনাইছোঁ জুবিন দাক তেখেতে ভাল পোৱা গামোচা হে আগবঢ়াই যেন, তেখেতে মনত বৰ আনন্দ পাব | ......contd
গ'ল্ডী দা তই বিহীন প্ৰথমটো ব'হাগ, ৰং বিহীন ৰঙালী.... তোৰ লগতে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ সেৱা জনালোঁ |
প্ৰতেক গৰাকী জুবিন অনুৰাগীক আন্তৰিক ধন্যবাদ জনাইছো, তেখেতৰ ক্ষেত্ৰখন ইমান সুন্দৰকৈ জাতীয়- জনজাতীয় গামোচা আৰু বিভিন্ন প্ৰকাৰৰ উপহাৰেৰে সজাই পৰাই ৰখাৰ বাবে | ....contd
Forever grateful for your extraordinary irreplaceable, and immeasurable contribution to music and to our lives. Your mesmerizing voice, radiant smile, and unwavering confidence have inspired generations and will continue to do so for eternity. Prayers for your heavenly abode 🙏
Thank you for the Assam State Film Awards for honouring me with the Best Playback Singer (Female) Award, for our film "The Midnight Song"... Keep the faith & keep blessing🙏
Through this song, I didn’t try to explain my pain—I just let it breathe.
If you listen closely, you may hear not just music, but the voice expressing the unbearable pain and the ultimate truth—that my Goldie Da is irreplaceable.
.
.
.
.
youtu.be/Gc07cSusDig?si=FYI5…






















